The Confidence Course (Assamese)

Lack of confidence can create many problems in life and make you unsuccessful. Build and increase your confidence and win in life.

আত্মবিশ্বাস নাথাকিলে তোমাৰ জীৱনটো নানা সমস্যাৰে ভৰি পৰিব৷ আনৰ লগত কথা পাতিব নোৱাৰিবা, কিবা এটা কাম কৰিবলৈ মন গলেও কৰিব নোৱাৰিবা, চাকৰি বিচাৰিলেও নাপাব, সফল হ'বও নোৱাৰিবা৷ তুমি ইচ্ছা কৰিলে আত্মবিশ্বাস কিন্তু বৃদ্ধি কৰিব পাৰা৷

কর্ছটোত তুমি কি শিকিব পাৰিবা?

  • কিয় আত্মবিশ্বাস তোমাক লাগে
  • আত্মবিশ্বাস বঢ়োৱাৰ সহজ, কার্যকৰী কৌশল
  • কেনেদৰে প্ৰতিদিনে কিছুমান কাম কৰি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰি

কর্ছৰ বর্ণনা

আত্মবিশ্বাস সকেলোকে লাগে৷ জীৱনটো জীয়াই থাকিবলৈ আত্মবিশ্বাস লাগে৷ আনৰ লগত সম্পর্ক গঢ়িবলৈ আত্মবিশ্বাস লাগে৷ পঢ়াত ভাল কৰিবলৈ, চাকৰিত ভাল ফলাফল দেখুৱাবলৈ আত্মবিশ্বাস লাগে৷ প্ৰতিটো দিনেই আনন্দেৰে আৰু সুখেৰে পাৰ কৰিবলৈও আত্মবিশ্বাস লাগে৷

আত্মবিশ্বাস নাথাকিলে তুমি চাকৰি পাবা কেনেকৈ আৰু কিবাকৈ পালেও তাক ৰাখিবা কেনেকৈ?

কিন্তু আত্মবিশ্বাস সকলোৰে সমান নহয়৷ আত্মবিশ্বাস কিন্তু বৃদ্ধি কৰিব পাৰি৷ কিছুমান সহজ, কিন্তু কার্যকৰী কৌশলেৰে নিজৰ আত্মবিশ্বাস কেইবাগুণে বৃদ্ধি কৰিব পাৰি৷ এই কর্ছটোৱে কেনেদৰে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰি সেয়া তোমাক শিকাব৷

গোটেই কর্ছটো সম্পূর্ণৰূপে অসমীয়াত আৰু তুমি তোমাৰ নিজৰ সুবিধামতে কর্ছটো কৰিব পাৰিব৷ এবাৰ কিনি ল'লে গোটেই জীৱন আপুনি কর্ছটোৰ সুবিধা ল'ব পাৰিবা৷

শিকাৰ বাবে প্ৰয়োজনীয়তা

  • শিকিবলৈ মন থাকিলেই হ’ল
  • নতুন কথা জানি নিজৰ জীৱনটোক আৰু ভাল কৰি তোলাৰ ইচ্ছা

এই কর্ছটো কাৰ বাবে?

এই কর্ছটো এই সকল লোকৰ বাবে-

(১) ছাত্ৰ-ছাত্ৰী সকলৰ বাবে

(২) ডেকা গাভৰু অর্থাৎ য়াং লোকসকলৰ বাবে

(৩) চৰকাৰ বা বেচৰকাৰী প্ৰতিষ্ঠানত কর্মৰত কর্মচাৰীসকলৰ বাবে

(৪) ই নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব খোজা, নিজকে স্মার্ট কৰি তুলিব, নিজৰ পার্চেনলিটিক আৰু ভাল কৰি তুলিব খোজা যিকোনো লোকৰ বাবেই৷ যিকোনো লোকেই এই কর্ছটো ব্যৱহাৰ কৰিব পাৰে কাৰণ আত্মবিশ্বাস বৃদ্ধি কৰাৰ কোনো বয়স বা সীমা নাথাকে৷

FREE WORKSHEETS

এয়া এটা Intensive Course, অর্থাৎ তুমি কিছুমান কাম কৰিব লাগিব৷ কেৱল কিছুমান কথা শুনিলে বা ভিডিঅ দুটাামান চালেই নহ’ব৷ ইয়াত তুমি হাতেকামে কিছুমান কাম কৰিব লাগিব যিবোৰে তোমাক দৈনন্দিন জীৱনত প্ৰেক্টিকেলী আত্মবিশ্বাস গঢ়াত আৰু বঢ়োৱাত সহায় কৰিব৷

ইয়াত তুমি ৬ খন FREE Worksheets পাবা যিবোৰ তুমি ব্যৱহাৰ কৰি নিজৰ আত্মবিশ্বাসৰ বিষয়ে জানিব পাৰিবা আৰু লগতে আত্মবিশ্বাস বঢ়াবলৈ এইবোৰক কামত লগাব পাৰিবা৷


 

Confidence

Your Instructor


BIKASH KALITA
BIKASH KALITA

Bikash is a Motivational Speaker and Life Skill Trainer.

Bikash is also a Certified Coach (ACC), certified by the International Coach Federation (ICF), USA.

Bikash writes a regular column in Purbachal of Amar Asom on motivation and life related topics.

He had done more than 100 motivational programs in different parts of Assam where he interacted with more than 30000 people

Bikash has passed through similar problems in life and has improved himself tremendously to reach where he is now. So, he knows how it feels to be not so confident in life and the problems you face because of that. The experience the tools he used will help you to achieve success- become more confident within a short time.


Course Curriculum


  Why Confidence
Available in days
days after you enroll
  Technique 1- Your Own Mantra
Available in days
days after you enroll
  Technique 2- Do This
Available in days
days after you enroll
  Technique 3-Bigger Goals and how to handle them
Available in days
days after you enroll
  Technique 4- It's easy
Available in days
days after you enroll
  Technique 5- Ask
Available in days
days after you enroll
  Technique 6- Present Yourself
Available in days
days after you enroll

Frequently Asked Questions


When does the course start and finish?
The course starts now and never ends! It is a completely self-paced online course - you decide when you start and when you finish.
How long do I have access to the course?
How does lifetime access sound? After enrolling, you have unlimited access to this course for as long as you like - across any and all devices you own.
What if I am unhappy with the course?
We would never want you to be unhappy! If you are unsatisfied with your purchase, contact us in the first 30 days and we will give you a full refund.

Get started now!