Depression Free Now (ASSAMESE)

Get rid of Depression and start a fresh life

এই কর্চটোত কি কি পাব?

আপুনি যদি ডিপ্ৰেচনৰ লগত যুঁজি আছে তেনেহ’লে মই বুজি পাও যে এই সময়ত আপোনাৰ একোকে কৰিবলৈ মন নাযায়৷ কাৰো লগত কথা পাতিবলৈ মন নাযায়, কাৰো কথা শুনিবলৈ মন নাযায় আৰু আপুনি একো কৰিব নোৱাৰে৷ সেয়ে আমি এই কর্চটো চুটি কৰিছোঁ আৰু অপ্ৰয়োজনীয় কথাবোৰ ইয়াৰ পৰা বাদ দিছোঁ৷ কর্ছটো চুটি সেয়ে ইয়াৰ প্ৰতিটো কথাই মন কৰিব৷

ইয়াত আপুনি পাব

  • ডিপ্ৰেচন কিয় হয় সেয়া বুজি পাব
  • ডিপ্ৰেচনৰ পৰা বাহিৰ ওলোৱাৰ বাবে কেইবাটাও উপায়ৰ কথা ইয়াত বিচাৰি পাব

ডিপ্ৰেচনৰ লগত অকলে যুঁজাটো ইমান সহজ নহয়৷ অকণমান সহায় হ’লে এই যুঁজখনত আপুনি জয়ী হোৱাটো বেছি সহজ হ’ব৷ এই অনলাইন কৰ্ছটোে সেই সহায় আগবঢ়াব৷ আপুনি নিজৰ সুবিধামতে যিমান দিন মন যায় সিমান দিনত এই কৰ্ছটো কৰিব পাৰিব৷ ইয়াত থকা উপায় বিলাকে আপোানক সহজে ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাবলৈ সহায় কৰিব৷

মাত্ৰ আপুনি এটা কথা মনত ৰাখিব৷ এই কর্ছটো কেৱল পঢ়ি যাবলৈ, শুনি যাবলৈ বা শেষ কৰিবলৈ সৃষ্টি কৰা হোৱা নাই৷ আপুনি ইয়াত যি যি এক্সাচাইজ পায় বা উপায় পায় সেই বোৰ আপুনি নিজে কৰিব লাগিব৷ বিশেষকৈ যিবোৰ উপায়ৰ কথা কোৱা হৈছে তাৰে বেছিভাগ আপুনি নিজৰ জীৱনত প্ৰতিদিনে কামত লগাব লাগিব৷ আৰু তেতিয়া এইবোৰে কাম কৰিব৷ আপোনাৰ মন নাযাব কিন্তু তথাপিও আপুনি সেইবোৰ কৰিব লাগিব৷ কিয়? কাৰণ আপুনি যদি একো কাম হাতত নলয়, তেতিয়া তাৰ ফলাফলো একো নাপায়৷


Bikash Kalita Facebook Page https://www.facebook.com/bikashkalitaofficial

LSTI Facebook Page https://www.facebook.com/lifeskillstraininginstitute

Life Skills Training Institute (www.lstionline.in)



Your Instructor


BIKASH KALITA
BIKASH KALITA

Bikash is a Motivational Speaker and Life Skill Trainer.

Bikash is also a Certified Coach (ACC), certified by the International Coach Federation (ICF), USA.

Bikash writes a regular column in Purbachal of Amar Asom on motivation and life related topics.

He had done more than 100 motivational programs in different parts of Assam where he interacted with more than 30000 people

Bikash has passed through similar problems in life and has improved himself tremendously to reach where he is now. So, he knows how it feels to be not so confident in life and the problems you face because of that. The experience the tools he used will help you to achieve success- become more confident within a short time.


Course Curriculum


  Few important things that you need to know
Available in days
days after you enroll
  Wrap up
Available in days
days after you enroll

Frequently Asked Questions


When does the course start and finish?
The course starts now and never ends! It is a completely self-paced online course - you decide when you start and when you finish.
How long do I have access to the course?
How does lifetime access sound? After enrolling, you have unlimited access to this course for as long as you like - across any and all devices you own.
What if I am unhappy with the course?
We would never want you to be unhappy! If you are unsatisfied with your purchase, contact us in the first 30 days and we will give you a full refund.

Get started now!