PRESENTING YOURSELF (Assamese)

Getting ready to get a job

Presenting Yourself

It will be very hard to get a job if you are not prepared for the interview. The competition is increasing every day and so you need to prepare to complete 4 rounds of interviews (CV shortlisting, PowerPoint Presentation, GD, Personal Interview).

এই কর্ছটোৱে তোমাক যিকোনো ধৰণৰ ইন্টাৰভিউৰ বাবে সাজু কৰি তুলিব৷ আগতে ইন্টাৰভিউ বুলি ক’লে অকল পার্চনেল ইন্টাৰভিউকহে বুজা গৈছিল৷ বর্তমান সময়ত প্ৰায়ভাগ চাকৰিৰ বাবে তুমি কেইবাটাও ৰাউণ্ডৰ মাজেৰে পৰা হৈ যাব লাগিব৷ এই গোটেইবোৰ ইয়াত সামৰি লোৱা হৈছে৷

এই কর্ছটোত তুমি শিকিব পাৰিবা-

(১) Cover Letter কেনেকৈ লিখিব লাগে

(২) CV or Resume কেনেকৈ লিখিব লাগে

(৩) পাৱাৰপইন্ট প্ৰেজেন্টেছন (PowerPoint) এটা কেনেকৈ ডিজাইন কৰিব লাগে

(৪) পাৱাৰপইন্ট (PowerPoint) প্ৰেজেন্টেছন এটা কেনেকৈ প্ৰেজেন্ট কৰিব লাগে

(৫) গ্ৰুপ ডিছকাছন (GD) কেনেকৈ কৰিব লাগে

(৬) ইন্টাৰভিউত কি কি প্ৰশ্ন সুধিব পাৰে আৰু এইবোৰৰ উত্তৰ কেনেকৈ দিব লাগে

কর্ছটোৱে তোমাক ষ্টেপ বাই ষ্টেপ শিকাব কেনেদৰে এই গোটেই কেইটা কাম কৰিব পাৰি৷ কর্ছটো শেষ হোৱালৈ তোমাৰ হাতত থাকিব

(১) এখন নতুন, প্ৰফেচনেল কভাৰ লেটাৰ (Cover Letter)

(২) এখন নতুন, প্ৰফেচনেল চি ভি (CV or Resume)

(৩) পাৱাৰপইন্ট প্ৰেজেন্টেচন (PowerPoint) এটা কেনেকৈ ডিজাইন আৰু প্ৰেজেন্ট কৰিব লাগে তাৰ কৌশল

(৪) গ্ৰুপ ডিছকাছন (GD) কেনেকৈ কৰিব লাগে তাৰ কৌশল

(৬) ইন্টাৰভিউত সুধিব পৰা ১১ টা প্ৰশ্নৰ সঠিক উত্তৰ

কর্ছটোৱে ইন্টাৰভিউলৈ তুমি নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনা বহুত বঢ়াই তুলিব৷ কর্ছটোৱে তুমি চাকৰি এটাৰ পোৱাৰ সম্ভাৱনা বহুখিনি বঢ়াই তুলিব৷ তুমি প্ৰফেচনেলি গোটেই ইন্টাৰভিউ প্ৰক্ৰিয়াটোৰ বাবে সাজু হ’বা৷

Course Curriculum টো দেখিলেই তুমি বুজি পাবা যে ই এটা কিমান thorough কর্ছ৷


Your Instructor


BIKASH KALITA
BIKASH KALITA

Bikash is a Motivational Speaker and Life Skill Trainer.

Bikash is also a Certified Coach (ACC), certified by the International Coach Federation (ICF), USA.

Bikash writes a regular column in Purbachal of Amar Asom on motivation and life related topics.

He had done more than 100 motivational programs in different parts of Assam where he interacted with more than 30000 people

Bikash has passed through similar problems in life and has improved himself tremendously to reach where he is now. So, he knows how it feels to be not so confident in life and the problems you face because of that. The experience the tools he used will help you to achieve success- become more confident within a short time.


Frequently Asked Questions


When does the course start and finish?
The course starts now and never ends! It is a completely self-paced online course - you decide when you start and when you finish.
How long do I have access to the course?
How does lifetime access sound? After enrolling, you have unlimited access to this course for as long as you like - across any and all devices you own.
What if I am unhappy with the course?
We would never want you to be unhappy! If you are unsatisfied with your purchase, contact us in the first 30 days and we will give you a full refund.

Get started now!